১/ কেৱল স্বীকৃতি প্ৰাপ্ত অনুষ্ঠানত ১০০ জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব।
২/ মৃতকৰ অন্তষ্টিক্ৰিয়াত মাত্ৰ ২০ জন লোকৰ উপস্থিতি হ'ব বাধ্যতামূলক।
৩/ মন্দিৰ, মছজিদ, গীৰ্জাত এঘন্টাত ২০ জনকৈ প্ৰৱেশ কৰিব পাৰিব দৰ্শনার্থী-ভক্ত।
৪/ দৈনিক-সাপ্তাহিক বজাৰ, সকলো দোকান-পোহাৰ সন্ধিয়া ৬ বজাৰ আগেই বন্ধ কৰিব লাগিব।
৫/ চৰকাৰী-বেচৰকাৰীৰ প্ৰতিটো প্রতিষ্ঠান, কাৰ্য্যালয়ত ৫০% কৰ্মচাৰীৰ উপস্থিতি হ'ব বাধ্যতামূলক।
৬/ গৰ্ভৱতী মহিলা বা ৫ বছৰৰ তলৰ সন্তান থকা মহিলাই ঘৰত থাকিয়ে কাম কৰাৰ নিৰ্দেশ।
৭/ সকলো প্ৰতিস্থানতে থাৰ্মেল স্কেনিং, চেনিটাইজাৰ, মাস্ক থাকিবই লাগিব।
৮/ স্কুলত প্ৰাৰ্থনা বন্ধ, ৫০ শতাংশ শিক্ষাৰ্থীৰে চলিব লাগিব শিক্ষানুষ্ঠানৰ পাঠদান প্ৰক্ৰিয়া।
৯/ অনলাইনতে হ'ব লাগিব প্ৰাথমিক শিক্ষানুষ্ঠানৰ শিক্ষাদান। সকলোৱে অনলাইনত গুৰুত্ব দিব লাগিব।
১০/ ৰাজ্যত চলাচল কৰা অট'ৰিক্সাত বাধ্যতামূলক হ'ব ২ জন যাত্ৰীৰ পৰিবহণ।
১১/ কেব, ব্যক্তিগত বাহনত ড্ৰাইভাৰসহ মাত্ৰ দুজন যাত্ৰীহে যাত্ৰা কৰিব পাৰিব।
১২/ আন্ত:জিলা বাছসেৱাত আৰু গুৱাহাটীৰ চিটিবাছে কঢ়িয়াব লাগিব ৫০% যাত্রী।
*১৩/ ৰাজহুৱা স্থানত একেবাৰেই বাধ্যতামূলক হ'ব মাস্ক পৰিধান, নহলে এহেজাৰ টকা জৰিমনা ।
*১৪/এখন ব্যৱসায়িক প্ৰতিষ্ঠানত দূৰত্ব বজাই ৰাখি ৫ জনতকৈ অধিক গ্ৰাহকে গোট খাব নোৱাৰিব।
*এই নিয়ম প্ৰযোজ্য নকৰিলে IPC 188ৰ অধীনত এমাহ জেইল নতুবা জৰিমনা ভৰিব
হিমাংশু দাস অভয়াপুৰী

