হিমা দাসে কিদৰে ইমান বেছি সময় দৌৰিব পাৰে : বেছি সময় দৌৰাৰ পদ্ধতি : Most time running methods

আপুনি কেনেকৈ দীৰ্ঘ সময় ধৰি দৌৰি থাকিব পাৰিব

Times Guwahati

মানুহ সমাজপ্ৰিয় জীৱ৷সমাজত নিজকে জীৱশ্ৰেষ্ঠ হিচাপে পৰিগণিত কৰিবৰ বাবে ন ন কাৰ্য কৰিব লগা হয়৷দৌৰা,খোজকঢ়া,জপিওৱা আদি কাৰ্যবোৰ নিয়মানুবৰ্তিতাৰ মাজেদি আগবাঢ়ি জীৱনশৈলীত গতি কৰে৷মানৱ জীৱনৰ আটাইতকৈ সহজ আৰু লঘু ব্যায়ামৰ ভিতৰত দৌৰ অন্যতম ৷ই সহজ যদিও কেতিয়াবা অলপতে ভাগৰি পৰা দেখা যায়৷কিছুমান কৌশল অৱলম্বন কৰি দীৰ্ঘসময় ধৰি দৌৰি থাকিব পৰা যায় ৷সেই কৌশল বোৰৰ ভিতৰত-

১/দৌৰ অভ্যাসটো এক নিয়মাৱলী আৰু কৰ্মবিৰতিৰ মাজেৰে আগবাঢ়ি যাব লাগে৷

 ২/গুৰু লগা বিদ্যা আৰু পাখি লগা কাড়ৰ দৰে প্ৰশিক্ষক গৰাকীৰ সকলো উপদেশ মানি চলাটো বাঞ্চনীয়৷

৩/মানসিক অৱসাদৰ প্ৰয়োজনীয়তা

৪/সুষম আহাৰৰ প্ৰয়োজনীয়তা

৫/অনাহাৰৰ পৰা বিৰত থাকি প্ৰ’টিন জাতীয় আহাৰ খাব লাগে

৬/দেহৰ প্ৰয়োজন হিচাপত পানী খোৱাটো অতি প্ৰয়োজন ৷

৭/দৌৰাৰ অতিকমেও ২০ মিনিট আগত বা পাছত আহাৰ গ্ৰহণ কৰিব লাগে

৮/খালী পেটৰে দৌৰিব নালাগে

৯/অতিমাত্ৰা আহাৰ গ্ৰহণ কৰিও দৌৰিব নালাগে

১০/দৌৰৰ উপৰি চাইকেল চলোৱা,খোজকঢ়া,নচা,সাতোৰা আদি কাৰ্যই দৌৰাৰ ক্ষমতা বৃদ্ধিত সহায় কৰে

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.