সপ্তম শ্ৰেণীত পঢ়া প্ৰেমিকৰ সৈতে পলাল তিনি লৰা ছোৱালীৰ মাক

Mother of three escaped with boyfriend studying in 7th, stir in village


সপ্তম শ্ৰেণীত পঢ়া প্ৰেমিকৰ সৈতে পলাল তিনি লৰা ছোৱালীৰ মাক ।

উত্তৰ প্ৰদেশৰ গুৰুষপুৰ জনপদৰ কম্পিৰংগজ ক্ষেত্ৰৰ এখন গাঁৱত, তিনি লৰা ছোৱালীৰ মাক সপ্তম শ্ৰেণীত পঢ়া এজন ছাত্ৰৰ লগত পলাই যায়।

ছাত্ৰ জনৰ ঘৰৰ মানুহে পুলিচৰ কাষ চাপিছে। এতিয়া পুলিচে মহিলা গৰাকী আৰু লৰা জনক অনুসন্ধানত লাগি আছে। লৰা জনৰ বয়স ১৫-১৬বছৰ।

গাঁৱৰ লোকসকলৰ মতে লৰাটো আৰু মহিলা গৰাকী বহুত দিনৰ পৰাই একেলগে দেখা গৈছিল কিন্তু কোনেও এনেকুৱা হব বুলি ভবা নাছিল। ১০মাৰ্চৰ নিশা দুয়ো পলাই যায়।

ঘৰৰ মানুহে বহু বিচৰাৰ পিছতো একো খবৰ নাপায়,এই ঘটনাটোৰ খবৰ পলিচক দিয়ে। এই খবৰ পোৱাৰ পিছত পুলিচো হতভম্ব হৈছিল ।গাঁৱৰ কিছু লোকৰ পৰা জানকাৰী লোৱাৰ পিছত পুলিচে অনুসন্ধান আৰম্ভ কৰিছে। এতিয়া চাবলগীয়া কথা এইটো যে পুলিচে কিমান সোনকালে এই ঘটনাৰ ওৰ পেলাই ।

প'ষ্ট টো ভাল লাগিলে like , share & comment কৰিব আৰু Times Guwahati চেনেলটো Subscribe কৰিব । ধন্যবাদ



Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.