দ্ৰুত সংবাদ


১)বাক্সাৰ ভুটানখুটি অঞ্চলত হাতীপোৱালি উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি। জাকৰ পৰা আতৰ হৈ মানুহৰ বসতিপ্ৰধান অঞ্চলত প্ৰৱেশ কৰে গজৰাজে।

২)যোৱাকালি অসমত নিৰ্বাচনী প্ৰচাৰ চলায় উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। পুৱা তেওঁ কামাখ্যা মন্দিৰত উপস্থিত হৈ 
পূজা আগৱঢ়ায়। হোজাই, কলাইগাওঁ‌ আৰু গোৰেশ্বৰত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় মুখ্যমন্ত্ৰীজনে।

৩)বাইছ্ন বিমান বুধবাৰে পুৱা মধ্যভাৰতৰ এটা এয়াৰবেচত জুজ প্ৰ্শিখ্ন অভিযান ৰ বাবে উৰা মৰাৰ সময়ত এক দুৰ্ঘটনা সংঘটিত হয়। এই দুঘটনাত গ্ৰোপ কেপ্তেইন এ গুপ্তা থিতাতে নিহত হয়।




৪)মহানগৰী গড়চুকত আৰক্ষীৰ অভিযানত ৪৭.২৩ লাখ টকা জব্দ। দুজন ব্যক্তিৰ পৰা জব্দ এই ধনৰাশি।

৫)ড° হিমন্ত বিশ্ব শৰ্মাৰ হৈ যোৱাকালি জালুকবাৰীত নিৰ্বাচনী প্ৰচাৰ চলায় ৰিণিকি ভূঞা শৰ্মাই।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.