অভয়াপুৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক শইকীয়াৰ ম'বাইল ফোন চুৰি কৰি লক-আপত সোমাল দুই সাংবাদিক

অভয়াপুৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক শইকীয়াৰ ম'বাইল ফোন চুৰি কৰি লক-আপত সোমাল দুই সাংবাদিক।


অভয়াপুৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক শইকীয়াৰ ম'বাইল ফোন চুৰি কৰি লক-আপত সোমাল দুই সাংবাদিক।

অভয়াপুৰীৰ TIME8ৰ সংবাদদাতা ডালিম ৰায় আৰু News Natureৰ সংবাদদাতা কুঞ্জ কিশোৰ অধিকাৰীয়ে চুৰি কৰিছিল আৰক্ষী বিষয়াগৰাকীৰ ম'বাইল ফোন।

উল্লেখযোগ্য যে পূৰ্বতেও নানা বিতৰ্কিত কৰ্মকাণ্ডত জড়িত আছিল সাংবাদিক নামধাৰী অৰ্ধশিক্ষিত ডালিম আৰু কুঞ্জ।

অভয়াপুৰীৰ পৰা হিমাংশু দাস


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.