ভাৰতবৰ্ষৰ বজাৰত চীনা স্মাৰ্টফোনৰ কোম্পানীৰ ব্যাপক বৃদ্ধি
চূড়ান্ত বৰ্ষত ভাৰতৰ মোবাইলৰ বজাৰত ৭৫ শতাংশ অংশ দখল কৰে চীনৰ মোবাইল কোম্পানীয়ে| একেৰাহে ২০১৯ বৰ্ষত ৭১ শতাংশ অংশদখল কৰাৰ লগতে চূড়ান্ত বৰ্ষত সৰ্বোচ্চ ভাৰতৰ বজাৰ অংশ দখল কৰে চীনা কোম্পানীয়ে ।
এক সমীক্ষণৰ পৰা জানিব পৰা মতে কেৱল ৫৬. ০১ শতাংশ শিশুৰ বাবেহে স্মাৰ্টফোনৰ ফোন সহজলভ্য হৈছে| ২০২০ বৰ্ষত চীনা স্মাৰ্টফোন কোম্পানীৰ বিক্ৰী বৃদ্ধি হয়. বুধবাৰে ভাৰতৰ এক অনুসন্ধান সংস্হাই উল্লেখ কৰা মতে ২০২০ এনেকুৱা এটা অন্যতম বৰ্ষ য'ত ভাৰতবৰ্ষ আৰু ইয়াৰ চুবুৰীয়াৰ দেশৰ মাজৰ সীমা বিবাদৰ ফলস্বৰূপে চীনা সংস্হা সমূহৰ বিপক্ষে এক প্ৰতিষ্ঠান বিৰোধী ঢৌ সাব্যস্ত কৰা হয় ।
চূড়ান্ত বৰ্ষত ভাৰতৰ মোবাইলৰ বজাৰত ৭৫ শতাংশ অংশ দখল কৰে চীনা কোম্পানীয়ে| একেৰাহে ২০১৯ বৰ্ষত ৭১ শতাংশ অংশদখল কৰাৰ লগতে চূড়ান্ত বৰ্ষত সৰ্বোচ্চ ভাৰতৰ বজাৰ অংশ দখল কৰে|
Xiomi স্মাৰ্টফোনৰ কোম্পানীটোৱে ২০২০বৰ্ষত ৭৫ শতাংশৰ সৈতে মোবাইল বিক্ৰেতা হিচাপে শীৰ্ষ স্হান দখল কৰে যদিও যোৱা বছৰৰ ২৭ শতাংশতকৈ সামান্য কম হয় । দক্ষিন কোৰিয়াৰ Samsung কোম্পানীটোৱে ২১ শতাংশৰ সৈতে ভাৰতীয় বজাৰত দ্বিতীয় স্হান দখল কৰে ।
এক তথ্যত প্ৰকাশ পোৱা মতে পৰৱৰ্তী সময়ত ভাৰতবৰ্ষৰ সৰ্ববৃহৎ মোবাইল কোম্পানী হিচাপে চীনা মোবাইল কোম্পানী সমূহ পৰিগণিত হ'ব ভিভ', ৰিয়েল মি, অ'প্পো ।
বিশ্লেষক শিল্পী জৈনৰ প্ৰতিবেদন অনুসৰি "এক চীনা বিৰোধী মনোভাৱেৰে বছৰটোৰ অৱসান ঘটে"
জুন মাহত বিবাদিত হিমালয়ৰ সীমাত ভাৰত আৰু চীনৰ মাজত হোৱা এক সংঘৰ্ষত ২০ জন ভাৰতীয় সেনা শ্বহীদ হয়, যিয়ে ভাৰতৰ জনগণৰ মনত চীন বিৰোধী মনোভাৱক ইন্ধন ৰূপে কাম কৰাত সহায় কৰে ।
ভাৰত আৰু চীনৰ সীমা বিবাদে এনেকুৱা ৰূপ ল'লে যে চীনা মোবাইল কোম্পানী ভিভ'ই আই পি এলৰ স্পোঞ্চাৰচিপ হেৰুৱাব লগা হয় । যিয়ে আই পি এলৰ লগত চুক্তিবদ্ধ হৈছিল ২০১৮ চনৰ পৰা ২০২২ চনলৈ ।
ভাৰতীয় নাগৰিকৰ চীনা বিৰোধী মনোভাবৰ প্ৰতি লক্ষ্য ৰাখি চীনা মোবাইল কোম্পানী জিঅ'মিএ তেওলোকৰ ৱেব চাইটৰ মূল পৃষ্ঠাত " মেড ইন ইণ্ডিয়া" লিখিবলে বাধ্য হয়|
ইয়াৰ মাজতে ১৫ কৌটি স্মাৰ্টফোন ভাৰতলৈ প্ৰেৰণ কৰা হয় , যিটো যোৱা বছৰৰ তুলনাত ৪ শতাংশ বৃদ্ধি হয়
কাউন্টাৰ পইন্টে উল্লেখ কৰা মতে ২০২০ চনৰ শেষৰ তিনিটা মাহত, বিশেষকৈ উৎসৱৰ সময়চোৱাৰ পৰা দীপাৱলীৰ শেষ হোৱালৈ মোবাইলৰ চাহিদা বৃদ্ধি পায়
কাউন্টাৰ পইন্টৰ বিশ্লেষক প্ৰাচীৰ সিংৰ মতে মবাইলৰ ভিন্ন ব্যৱহাৰ বিশেষকৈ অ'নলাইন শিক্ষা ব্যৱস্হাই গ্ৰাহকৰ মাজত মোবাইলৰ চাহিদা বৃদ্ধি কৰে