প্ৰেমৰ প্ৰস্তাব দিব পাৰিব এইপাহ ফুলেৰে : About Rafflesia Plants

ৰাফ্লিজিয়া আৰ্নল্দাই


ফুলৰ সৌন্দৰ্য ই সকলোৰ মনত আকৰ্ষণৰ বীজ সিচে। ফুলনিয়ে কোনো এখন ঠাইৰ সৌন্দৰ্য বহুগুণে বঢ়াব পাৰে। ফুলৰ সূগন্ধ ই  আমাৰ দেহ আৰু মন উভয়ৰে উপকাৰ সাধে। ফুলে জন্ম দিব পাৰে গীতীকাৰ, কবি সাহিত্যিক আদিৰ।

অকল সেয়াইনে? ফুলৰ সৌন্দৰ্য উপভোগ কৰি ফূলনিৰ মাজত প্ৰেমিক

 প্ৰেমীকাই  ৰোমাঞ্চত বিলীন হৈ যায়।

পিছে এই ধৰাত কিছুমান ফূল আছে আপোনাৰ মনত ওলোটা প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে।

আজি তেনে এপাহ ফুলৰ বিষয়ে চমক লও  আহক-

সেয়া -ৰাফ্লিজিয়া আৰ্নল্দাই,(Rafflesia) এইপাহ ফুল সাধাৰণতে ইন্দোনেছিয়া আৰু মালায়েছিয়াত পোৱা যায় ।এইপাহ ফুলৰ ওচৰলৈ  শিশু যাবলৈ ভয় কৰিব। আপুনিও ওচৰ চাপিয়েই লগে লগে আতৰি আহিব। পিছে কিয়?

ইয়াৰ প্ৰধান কাৰণটো হ'ল- ই সুগন্ধিৰ পৰিবৰ্তৈ দুৰ্গন্ধ বিলায় যাৰ গোন্ধ গেলি যোৱা মঙহৰ দৰে।

More News :- 

এতিয়া এই ফুলপাহৰ বিষয়ে আচৰিত কথাবোৰ জানো আহক:

১। এইপাহ ফুলৰ ওজন সাধাৰণতে ১১ কিলোগ্ৰাম হয়।

২। ইয়াৰ ব্যাস প্ৰায় ৩ ফুট।

৩। ই পৰজীৱি।

৪। ইয়াৰ পাত আৰু শিপা নাথাকে।

৫।ইহত মানুহৰ চকুত নপৰা কাঠসদৃশ গছৰ কাণ্ডৰ ফাকত জন্মে।অৰ্থাৎ ইহতৰ জন্মস্থান মানুহৰ দৃষ্টিত সাধাৰণতে নপৰে।ইয়াৰ জন্মৰ পাছতহে সকলোবোৰ গম পোৱা যায়।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.