গোপনীয়তাৰ বিবাদৰ মাজত WhatsApp য়ে স্পষ্ট কৰিলে WhatsApp chat কৰা সম্পূৰ্ণ ভাবে নিৰাপদ ।
WhatsApp ব্যৱহাৰকাৰীৰ নিজা মেচেজ অনুসন্ধান ইঞ্জিনত দেখুওৱাৰ ভুৱা খবৰ লৈ বিবাদ দেখা দিছে । গোপনীয়তা কথা লৈ উঠা এই বিবাদৰ মাজত হোয়াটসঅ্যাপে স্পষ্ট কৰিলে নতুন নীতি আপডেটৰ পাছত বন্ধু, পৰিবাৰ বা শিক্ষা সম্বন্ধীয় চ্যাটৰ গোপনীয়তাত কোনো প্ৰভাৱ নপৰে ।
গোপনীয়তাৰ ক্ষেত্ৰত এইয়া দ্বিতীয় স্পষ্টিকৰণ । ইয়াৰ আগতে সংস্থাটো কৈছিল যে নীতিমালা উপডেটত কেৱল ব্যৱসায় অ্যাকাউন্টত প্রভাব পৰিব । "WhatsApp য়ে tweetৰ দ্বাৰা স্পষ্ট কৰিছিল যে আমি কিছু ভুৱা খবৰ দুৰ কৰিব বিচাৰিছোঁ, আমি সম্পূৰ্ণ বাবে কব লৈছোঁ যে আপোনাৰ ব্যক্তিগত বাৰ্তা শেষ-পৰা-শেষ এনক্রিপশন দিয়ে ৰক্ষা কৰী যাম, মানে বাৰ্তা সকলো আপোনাৰ আৰু বাৰ্তা পোৱা ব্যক্তি লৈকে থাকিব। আমাৰ নীতি উপডেটৰ পৰা আপোনাৰ, বন্ধু আৰু আপোনাৰ পৰিবাৰ লৈকে থাকিব।"
জনা প্ৰয়োজন যে সামাজিক কথোপকথন কৰা আপ WhatsApp গোপনীয়তা নীতি লৈ বহু বিবাদ চলি আছে । গুগলত অনুসন্ধানৰ পৰা হোয়াটসঅ্যাপৰ ব্যক্তিগত গ্ৰুপ দেখা যায়। যি কোনো ব্যক্তিয়ে গুগলত অনুসন্ধানৰ পৰা হোয়াটসঅ্যাপৰ ব্যক্তিগত ওলাই তাত অংশগ্ৰহণ কৰিব পাৰিছে যি গোপনীয়তা নীতিৰ ফালৰ পৰা কোনো ৰক্ষা প্ৰদান নহয় । ২০১৯ত এই সমস্যাটি দেখা দিছিল আৰু এই সমস্যাৰ সমাধান যোৱা বছৰতে কৰা হৈছে। গুগল অনুসন্ধানত এটা হোয়াটসঅ্যাপ ব্যবহাৰকাৰিৰ প্রফাইল দেখা যায়। এই কাৰণত, সাধাৰণ গুগল অনুসন্ধান লোকৰ ফোন নম্বৰ আৰু প্রফাইল চিত্র প্রকাশিত হয়।