যিসকল লোকে ছালৰ শোট-মোচ খোৱা সমস্যা ক লৈ চিন্তিত হৈ থাকে তেওঁলোকৰ বাবে আলু বহুত উপকাৰী হয় ।
ইয়াৰ কাৰণে আপুনি আলুৰ ৰস উলিয়াই তাত বেচন মিলাই লৈ ইয়াৰ পিছত আপুনি আপোনাৰ চেহেৰাক চাফা কৰক। এনেকে সপ্তাহত আপুনি দুবাৰ কৰক এইটো কৰিলে আপোনাৰ চেহেৰাৰ পৰা
শোটৰা পৰা সমস্যা নাইকিয়া হব।
আপোনালোকক জনাও যে আলুত Vitamin C ৰ মাত্ৰা বহুত পোৱা যায় । যদি আপুনি আপোনাৰ চেহেৰাত উজ্বলতা বহাৱ বিচাৰে তেন্তে আপুনি আলুটো কাটি এইটো আপোনাৰ চেহেৰাত ঘহক এনেকুৱা কৰিলে আপোনাৰ চেহেৰা সোনকালে উজ্বলতা আহিব ।
যদি আপুনি আপুনাৰ চেহেৰাক বগা কৰিব বিচাৰে তেন্তে ইয়াৰ কাৰণেও আলু বহুত উপযোগী হয়। আপোনালোকক জনাও যে আলুটো পিতিকি তাত ৩-৪ চামুচ গৰম গাখীৰ বা পানী মিলাব । ইয়াৰ পিছত এইখিনি মুখ মণ্ডলত লগাই কিছু সময়ৰ কাৰণে থৈ দি তাৰ পিছত মুখ খন চাফা পানিৰে ধুই লব । এনেকুৱা কৰিলে আপোনাৰ চেহেৰা কিছুদিনৰ পিছতেই বগা হবলৈ ধৰিব।