Dzukuo Valley ত বনজুইয়ে চলাই আছে তাণ্ডৱ

turmoil Dzukou Valley


নাগালেণ্ড-মণিপুৰৰ সীমান্তৰ বিশেষ খবৰ। যোৱা বৰ্ষৰ ২৯ ডিচেম্বৰৰপৰা সীমান্তৰ Dzukuo Valley ত বনজুইয়ে চলাই আছে তাণ্ডৱ। প্ৰিপ্ত খবৰ অনুসৰি ,বনজুইয়ে এতিয়ালৈকে প্ৰায় ২০০ একৰ বনাঞ্চল পুৰি ছাই কৰিলে। বৰ্তমান চৰকাৰী বিষয়াৰ সাতটা দল জুই নুমোৱাৰ অভিযানত নামি পৰিছে।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.