পাকিস্তানত যোৱা শনিবাৰে গ্ৰেপ্তাৰ কৰা হয় Laskhar-e-Taibaক

Laskhar-e-Taiba


এক বিশেষ খবৰ। ২০০৮ চনৰ মুম্বাই আক্ৰমণত জড়িত Laskhar-e-Taiba কামাণ্ডাৰ আৰু মাষ্টাৰমাইন্দ Zakiur Rehman Lakhvi ক সন্ত্ৰাসবাদীক আৰ্থিকভাবে সহায় কৰাৰ অভিযোগত পাকিস্তানত যোৱা শনিবাৰে গ্ৰেপ্তাৰ কৰা হয়।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.