বিশ্বৰ উৰ্ধতম বয়সৰ পিয়ানোবাদকৰ খবৰ। হয়, দক্ষিণ কোৰিয়াৰ ৯৬ বছৰ বয়সৰ পিয়ানোবাদক Jegal Sam, ১৯২৫ চনত জন্ম হোৱা এই পিয়ানোবাদকজনে ১৪ বছৰ বয়সতেই পিয়ানোৰ পাঠ শিকিছিল।এতিয়াও তেও ১০০ বছৰ বয়সলৈকে পিয়ানো বজাই থাকিব পাৰিব বুলি বিশ্বাসী।
বিশ্বৰ উৰ্ধতম বয়সৰ পিয়ানোবাদকৰ খবৰ : Jegal Sam 96-year-old pianist
0
Tags