অভয়াপুৰীত অজগৰ উদ্ধাৰ
অভয়াপুৰীৰ সিদুলসুত্তী বজাৰৰ কাষত থকা আনন্দ ৰাম বৰুৱা একাডেমী খনৰ পিছ ফালে উদ্ধাৰ কৰে অজগৰ ডালক এজন যুৱকে , বন বিভাগৰ আদেশ মৰ্মে উক্ত অজগৰ ডালক কাকৈজানাত ৰিৰ্জাভ ফৰেষ্ট এৰি দিয়ে
অভয়াপুৰীৰ পৰা হিমাংশু দাস
.
0