শীঘ্ৰেই বজাৰলৈ টাটাৰ "ইলেক্ট্ৰিক কাৰ"
এয়া অত্যাধুনিকতা, মানুহৰ জীৱন শৈলীৰ উচ্চতম শিখৰৰ সপোন পূৰণৰ সুৱৰ্ণ সুযোগ।সেয়াই হৈছে প্ৰযুক্তিবিদ্যাৰ চমক।
কেতিয়াবা আমাৰ সপোনৰ অগোচৰ কামবোৰ হৈ যায় প্ৰযুক্তিবিদ্যাৰ শক্তিৰ দ্বাৰা, নহয় জানো?
হয়, ঠিকেই।আপুনি আৰু গাড়ীত তেল ভৰাব নালাগে।
পিছে কিয়? কেনেকৈ? এতিয়া জানো আহক-
এখন নহয়, দুখন নহয়, তেইছখনকৈ ভাৰতৰ ভূমিত স্পৰ্শ কৰি আপোনাৰ জীৱনশৈলীক দিব এক বিশেষ গতি।
এই তেইছখন গাড়ী চলিব তেলেৰে? ওহো নহয়।গাড়ীকেইখন চলিব বিজুলী শক্তিৰে।পেট্ৰ'ল পাম্পলৈ আপুনি আৰু যাব না লা গে।
আপুনি পাব নতুন গাড়ীৰ যাত্ৰাৰ বিশেষ আমেজ।
তেইছখন অত্যাধুনিক বিজুলী শক্তিচালিত গাড়ীৰ ৬ খন অহা তিনিমাহৰ ভিতৰতেই আপোনাৰ অত্যাধুনিক জীৱনশৈলীত প্ৰৱেশ কৰিব।
আৰু সেই ৬ খন গাড়ীৰ ৫খনে প্ৰৱেশ কৰিব চলিত বৰ্ষৰ ১০ ফেব্ৰুৱাৰীৰপৰা ২০ ফেব্ৰুৱাৰীৰৰ ভিতৰত।
পিছে আপুনি চাগে গাড়ীকেইখনৰ নামবোৰ জানিবলৈ ইচ্ছুক, নহয়নে?
এতিয়া সেই ৫ খন গাড়ী কোনকেইখন জানো আহক-
১। Mahendra eKUV100
২। Jaguar 1 pace
৩। Nissan Leaf
৪। Porsche Taycan
৫। Audi e tron
পিছে আপোনাৰ কেনে লাগিল।সাজু হ'বৰ হ'ল নহয় জানো?