" ঘৰতে বহি খেলক আৰু উপাৰ্জন কৰক এনেকৈ সহজতে : Play Quiz Earn Money, KOKO quiz

ঘৰতে বহি খেলক আৰু উপাৰ্জন কৰক এনেকৈ সহজতে : Play Quiz Earn Money, KOKO quiz

  

Play Quiz earn Money


Kaun Banega Crorepati ত আপুনি গৈছে নে খেলিব ? কিদৰে KBC  খেলি লাখপতি , কোটিপতি হৈছে তাৰ উদাহৰণ বহুতো আছে । এতিয়াৰে পৰা KBC ত নোযোৱাকৈয়ে ঘৰতে বহি নিজৰ মবাইলৰ সহায়তেই লাভ কৰিব পাৰিব ধন । Make In India হিচাপে গৌৰৱান্তীত আমাৰ দেশ ভাৰতৰ নিজা বহু উপাৰ্জনৰ স্থল আছে । যাৰ বিষয়ে বহুতেই নাজানে । আজি আমি তেনে এক উপাৰ্জন কৰাৰ পথ দেখোৱাই দিম ।অনলাইন উপাৰ্জন কৰা সকলৰ বাবে সুখবৰ । ঘৰতে বহি কম সময়তে উপাৰ্জন কৰিব পাৰিব লাখ টকা । কেৱল মাত্ৰ প্ৰয়োজন এটা Smartphone ৰ । আধুনিকীকৰণৰ লগে লগে মানুহৰ দৈনন্দিন জীৱনত সলনি হৈছে জীৱন শৈলী । অনলাইনৰ সহায়তেই উপাৰ্জনৰ পথ বাচিছে বহুতে । এফালে নিবনুৱাৰ সংখ্যা দিনক দিনৰ বৃদ্ধি পাবলৈ ধৰিছে । কমি গৈছে উপাৰ্জনৰ স্থল । যাৰ বাবে বৃদ্ধি পাইছে ঘৰতে বহি অনলাইনত উপাৰ্জন কৰাৰ উপায় । এইবাৰ আমি আপোনলোকৰ বাবে লৈ আহিছো এটা কুইজৰ এপ যাৰ নাম : KOKO Quiz :

এই App টোত থাকিব শিক্ষাগত মানদণ্ড । অমিতাভ বচ্ছনৰ Kaun Banega Cororpotiৰ বিষয়ে আপুনি নিশ্চয় শুনিছে । প্ৰতিটো প্ৰশ্নৰ বিপৰিতে চাৰিটা উত্তৰ থাকে , তাৰ পৰা শুদ্ধ উত্তৰ বাচনি কৰিলে আপুনি জিকে লাখ লাখ টকা । সেই একেই সহজ প্ৰশ্নৰেই এই KOKO Quiz App ত আপুনিও কম সময়তেই জিকিব পাৰিব ধন । App টোত থকা প্ৰতিটো প্ৰশ্নৰ সঠিক উত্তৰে দিব আপোনাক পুৰস্কাৰ আৰু ধন । ভাৰত চৰকাৰেও উদগনি জগাইছে এই এপটোক । 

Koko: Play Quiz Earn Money

কেনেকৈ খেলিব আৰু জিকিব ?

১) প্ৰথমে Play store  পৰা ডাউনলোড কৰিব লাগিব Koko quiz  নামৰ App টো 

২) নিজৰ নাম আৰু Email verify কৰি প্ৰৱেশ কৰক এপটোৰ ভিতৰলৈ ।

৩) যিকোনো এটা Category বাচনি কৰক ।

৪) তাৰ পিছত ৪ টা ভাগত বিভক্ত প্ৰশ্ন সমূহ ।

৫) Easy to Expert তাৰে যিকোনো এটা বাচনি কৰক । 

৬) তাৰ পিছত প্ৰশ্ন সমূহৰ সঠিক উত্তৰ দিয়ক ।

৭) কিছু প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে Life line ব্যৱহাৰ কৰিব পাৰিব (৫০/৫০) & skip question 

৮) ১৫ ৰ পৰা ৩০ ছেকেণ্ডৰ ভিতৰত উত্তৰ দিব পাৰিব এটা প্ৰশ্নৰ ।

Download KOKO Quiz Now

কেনেকৈ পাব কুইজ খেলি জিকা ধন ?

কুইজ খেলি জিকা ধন আপুনি Google Pay আৰু পোনে পোনে বেংকৰ জ্বৰিয়তে লাভ কৰিব পাৰিব । তলৰ ভিডিঅ' কেইটাৰ সহায়ত জানিব পাৰিব কেনেকৈ ইয়াক ব্যৱহাৰ কৰিব পাৰিব ।

1 Comments

Previous Post Next Post

People Like