" একেলগে একেটা মণ্ডপত দুই প্ৰেমিকাক বিয়া কৰালে কোনে ? কি কাৰনত বাধ্য হ'ল

একেলগে একেটা মণ্ডপত দুই প্ৰেমিকাক বিয়া কৰালে কোনে ? কি কাৰনত বাধ্য হ'ল


man weds with two woman


ভাৰতত নাৰীক চলনা কৰি বিয়া কৰোয়াতো কোনো নতুন কথা নহয় ; বিয়াৰ প্ৰস্তাব দি যৌন কৰ্ম সাধন কৰি বহু নাৰীক ধৰ্ষণ কৰি আহিছে বহু লম্পটে । ঠিক তেনেদৰেই হবলৈ গৈছিল পুনৰ এবাৰ । এইয়া ছত্ৰীসগড়ৰ ঘটনা ।

চন্দুয়ে কৈছে যে দুয়োগৰাকীয়ে তেওক বহুত ভাল পায় । আৰু তেওলোক দুয়োকে সি বিশ্বাসঘাটক কৰিব নোৱাৰে । ইয়াৰ লগতে দুয়োগৰাকী একেলগে থাকিব পাৰিব বুলিও সহমত দিলে ।

এনেধৰণৰ বিচিত্ৰ বিবাহ সমাৰোহ হৈছে ছত্ৰীসগড়ত । ছত্ৰীসগড়ৰ বস্তৰত এজন মানুহে এটা মণ্ডপত একেটা সময়তে দুগৰাকী মহিলাক বিয়া কৰালে । ৫ জানুৱাৰীত হোৱা এই বিবাহত ৬০০ লোক উপস্থিত আছিল । খবৰ অনুসৰি তিনি বছৰ আগতে মাওবাদিৰে ভৰি থকা জিলা খনত খেতি কৰি থকা চন্দুৰ প্ৰেম আৰম্ভ হৈছিল । প্ৰথম প্ৰেমিকাৰ সৈতে মবাইলতে প্ৰেম আৰম্ভ হৈছিল আৰু প্ৰেমালাপ চলি আছিল ।

কিন্তু হঠাৎ আহিল চন্দুৰ জীৱনলৈ পৰিবৰ্তন । ভাগ্য সলনি হ'ল চন্দুৰ । পুনৰ পুৰনা প্ৰেমিকাক লগ পালে চন্দুয়ে । ১ বছৰ আগতে এখন বিয়াত লগ পাইছিল চন্দুয়ে । 

পিছত ভালপোৱা ছোৱালী জনীক সকলো কথা বিৱৰি কলে চন্দুয়ে । এদিন শাৰীৰিক সম্পৰ্ক কৰি থকা সময়তে চন্দু আৰু নতুন প্ৰেমিকাক পুৰনা প্ৰেমিকাই দেখাত অলপো খং নকৰাকৈ দুয়োৱে মানি ললে । কিন্তু কি কাৰন আছিল চন্দুৰ বাবে পাগল আছিল দুয়ো । দৰাচলতে চন্দু এজন সফল খেতিয়ক । খেতি ধনী হয় চন্দু । যেতিয়া গাৱৰ গাওঁবুঢ়াই Live in relation ৰ ওপৰত প্ৰশ্ন কৰিলে তেতিয়া দুয়োকে ৰাইজৰ সন্মোখত বিবাহ কৰাৰ সন্মতি দিলে । ২য় গৰাকীৰ পৰিয়ালৰ সদস্য বিয়ালৈ আহিছিল যদিও পিছত বেয়া পাই গুচি যায় । কাৰন এনে বহু সমাজৰ বাধ্যত পৰি বহু প্ৰেমিক প্ৰেমিকা বিবাহ পাশত আবদ্ধ হৈছে কিন্তু পিছত আকৌ সাংসাৰিক অত্যাচাৰৰ বলি হৈছে বহু মহিলা । কিন্তু এই ক্ষেত্ৰত প্ৰতিশ্ৰুতি দিছে চন্দুয়ে ।

Post a Comment

Previous Post Next Post

People Like