" ডাকঘৰত ধন জমা ৰাখিবলৈ চৰকাৰে দিলে নতুন নিয়ম : Online ত জমা কৰক এনেকৈ

ডাকঘৰত ধন জমা ৰাখিবলৈ চৰকাৰে দিলে নতুন নিয়ম : Online ত জমা কৰক এনেকৈ

 ডাকঘৰত ধন জমা ৰাখিবলৈ চৰকাৰে দিলে নতুন নিয়ম : Online ত জমা কৰক এনেকৈ ।

Sukanya Samriddhi Post office


POST office ত Sukanya Samriddhi ত কিদৰে আপুনি অনলাইন টকা জমা কৰিব ।

টকা জমা কৰিলেই পাব ৭.৬% সুত পাব আৰু কিদৰে অনলাইনতেই এই আচনিৰ সুবিধা লাভ কৰিব জানক । 

যিসকলে নিজৰ কন্যাৰ নামত কিবা এটা কৰাৰ কথা চিন্তা কৰি আছে ; তেওঁলোকে Sukanya Samriddhi আচনিত দ্বাৰা লাভ উঠাব পাৰে । চৰকাৰে জানুৱাৰীৰ পৰা এই আচনিৰ সুবিধা বৃদ্ধি কৰিছে । প্ৰত্যেক তিনি মাহৰ বাবে accountৰ তথ্য পৰীক্ষা কৰিব চৰকাৰে । প্ৰত্যক তিনি মাহে মাহে সুতৰ হাৰৰ সংশোধন কৰিব । 

Sukanya Samriddhi Account খুলিবৰ বাবে আপুনি INDIA POST PAYMENT BANK (IPPB) App ৰ জড়িয়তে অনলাইন কৰিব পাৰিব ।

তলত IPPB ৰ দ্বাৰা নিজৰ ডাকঘৰত Sukanya Samriddhi আচনিত ধন জমা কৰিবলৈ নিয়ম উল্লেখ কৰা হ'ল । 



1) Add money from your bank account to IPPB account.

(প্ৰথমে IPPB account ত টকা জমা কৰক)


2) Go to DOP Products. Choose Sukankya Samriddhi Account.

(DOP products লৈ গৈ Sukanya Samriddhi account লৈ যাওক ।


3) Write your SSY account number and then DOP customer ID.

(নিজৰ Sukanya Samriddhi ৰ একাউন্ট নম্বৰ আৰু আপোনাৰ customer ID সন্নিবিষ্ট কৰক)

4) Choose the instalment duration and amount.(Instalment duration and amount টো বাচনি কৰক )

5) IPPB will then notify you for successful payment transfer made through IPPB mobile application.( তাৰপিছত IPPB য়ে টকা জমা কৰিবলৈ নিৰ্দেশ কৰিব ; এই সময়ত মবাইল নম্বৰ লগত থকাটো বাঞ্চনীয় )


6) You can opt for various post office investment options provided by India Post and make regular payments through IPPB basic savings account.( ডাকঘৰৰ এই সুবিধাৰ সহায়ত Payment successful হব।

SSY latest interest rates


Sukanya Samriddhi yojana ৰ সুতৰ পৰিমান ৭. ৬% লৈ বৃদ্ধি কৰা হৈছে । কমপক্ষেও ২৫০ টকা পৰা ১.৫ লাখ টকালৈকে জমা কৰিব পাৰে । কন্যাৰ বিবাহৰ সময় অথ্যাৎ ২১ বছৰত সেই ধন উলিয়াব পাৰিব ।

Post a Comment

Previous Post Next Post

People Like