" সকলো দোকানতে মদ বিক্ৰীৰ অনুমতি দিব চৰকাৰে

সকলো দোকানতে মদ বিক্ৰীৰ অনুমতি দিব চৰকাৰে

Assam wineshop delhi rule


দিল্লী: ২৫ ৰ পৰা ২‍১ হলগৈ মদ খোৱা বয়স । বিয়েৰ Departmental store টো বিক্ৰীৰ অনুমতি ।


দিল্লীত মদ বিক্ৰীত কিছু নিয়ম সলনি কৰিছে । ইয়াৰ ভিতৰত মদ খোৱাৰ ব্যক্তিৰ বয়সৰ সীমা ২৫ ৰ পৰা ২১ বছৰলৈ হ্ৰাস কৰিছে । দৰাচলতে দিল্লী চৰকাৰৰ তৰফৰ পৰা বনোৱা কমিটিৰ তৰফৰ পৰা এই প্ৰস্তাৱ ৰখা হৈছে । যদি কমিটিৰ প্ৰস্তাৱক সমৰ্থন দিয়ে তেন্তে নিয়ম সমূহ প্ৰযোজ্য হব । কমিটিৰ মতে Bear & Wine বিভাগীয় দোকান সমূহতো বিক্ৰী হব লাগে । ইয়াৰ উপৰি বন্ধৰ দিন সমূহতো বিক্ৰীৰ বাবে অনুমতি দিব লাগে ; Deputy CM Manish sisodia ই ছেপ্তেম্বৰত এই কমিটি বনাইছিল । আবকাৰী বিভাগৰ আয়োগক এই কমিটিৰ chairman হিচাপে নিযুক্ত কৰা হৈছিল । কমিটি খনক মদৰ অধিক বিক্ৰী , দাম নিয়ন্ত্ৰণ, শুল্ক বৃদ্ধি, এনে বহুতো কামৰ ওপৰত নতুন নিয়ম প্ৰযোজ্যৰ বাবে নিৰ্দেশ দিছিল । মদ বিক্ৰীৰ ক্ষেত্ৰত কমিটিখনে দিল্লী চৰকাৰক কি কি প্ৰস্তাৱ দিলে ?

Bear আৰু Wine বিভাগে নিদ্ধাৰন কৰা অন্য দোকান সমূহত বিক্ৰী কৰিব পাৰিব ।

Dry Days ৩ দিনলৈ কম কৰাৰ প্ৰস্তাৱ ।

সকলো municipal board ত মদৰ দোকান বৃদ্ধি কৰা হওক । এনে বহু প্ৰস্তাবক যদি সমৰ্থন দিয়ে চৰকাৰে তেন্তে আহি থকা দিনত মদৰ দোকান ভৰি পৰিব ।

https://play.google.com/store/apps/details?id=com.quiz.KOKO


Post a Comment

Previous Post Next Post

People Like