প্ৰতিদিনে এশ টকাকৈ দিব ছাত্ৰীসকলক হিমন্ত বিশ্ব শৰ্মাই

Himanta Biswa sharma with Assam Girl


এক আৰু সুখবৰ। যোৱা দেওবাৰে শিৱসাগৰত এক বিশেষ ঘোষণা। শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ ছাত্ৰীসকলক প্ৰতিদিনে এশ টকাকৈ দিয়াৰ কথা ঘোষণা কৰে যাতে ছাত্ৰীসকলে নিয়মীয়াকৈ বিদ্যালয়ত উপস্থিত হ'বলৈ এক অৰ্থনৈতিক সহাৰি লাভ কৰিব পাৰে।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.