উত্তৰপূৰ্বাঞ্চলৰ পৰা পোনপ্ৰথমবাৰৰবাবে Assam Rifles Public School য়ে পালে বিশেষ স্থান। Kiren Rijiju launches Assam Rifles Public School in Shillong

Kiren Rijiju launches Assam Rifles Public School in Shillong


এক অতি গৌৰবৰ খবৰ। উত্তৰপূৰ্বাঞ্চলৰ পৰা পোনপ্ৰথমবাৰৰবাবে Assam Rifles Public School য়ে পালে বিশেষ স্থান। যোৱা সোমবাৰে কেন্দ্ৰীয় খেলমন্ত্ৰী কিৰেণ ৰিজিজুৱে শ্বিলংত এই বিদ্যালখনিত Khelo India Sports School হিচাপে শুভ আৰম্ভণি কৰে । বৰ্তমান সমগ্ৰ ভাৰতবৰ্ষত এনে sports school নখনে অনুমোদন পাইছে।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.