যেনে কুকুৰ টেনে টাঙোন। যোৱাবছৰৰ নৱেম্বৰ মাহত হোৱা আক্ৰমণৰ মাষ্টাৰমাইন্দ অৱশেষত মৃত্যুৰ দুৱাৰদলিত খোজ দিবলৈ বাধ্য। ২ নৱেম্বৰণ ২২ জন লোকৰ প্ৰাণ লোৱা ঘটনাটোত জড়িত মহম্মদ আদিলক আফগান উচ্চতম ন্যায়ালয়ে মৃত্যুদণ্ডৰ ৰায় দিয়ে।
.
0