অতি সুখবৰ। ভাৰতীয় ৰেইলসেৱাই সৃষ্টি কৰিলে ইতিহাস।ই বিশ্বত ইতিসাহ ৰচিলে। hospital train-'Lifeline Express'

hospital train-'Lifeline Express'


এক অতি সুখবৰ। ভাৰতীয় ৰেইলসেৱাই সৃষ্টি কৰিলে ইতিহাস।ই বিশ্বত ইতিসাহ ৰচিলে। অসমৰ বদৰপুৰলৈ আহিল বিশ্বৰ প্ৰথম hospital train-'Lifeline Express' যিখনত আছে পাচখন operations table , দুটা operation theatre আৰু লগতে অন্যান্য সুবিধা।

hospital train-'Lifeline Express'


Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.