এক গৌৰবৰ খবৰ।বোকাত পদুমফুল। বাতৰিকাকত বিক্ৰী কৰিয়েই ডক্টৰেট ল'লে ধমধমাৰ নুৰ মহম্মদ আলীয়ে। সংগ্ৰামেই নুৰৰ জীৱনৰ সংজ্ঞা। চেঙা কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ চান্দ মহম্মদ আলীৰ তত্বাবধানত এ ষ্টাডি অন দ্যা লাইফ এণ্ড ৱাৰ্কছ অৱ ইবন খালদুন উইথ স্পেশিয়েল ৰেফাৰেন্স টু আল-মুকাদ্দিন বিষয়ত গৱেষনা কৰি ডক্টৰেট লয়। দুখৰ কথা যে তৃতীয় শ্ৰেণীত পঢ়ি থাকোতেই নুৰে পিতৃক হেৰুৱাইছিল আৰু তেতিয়াই এখন হোটেলত কাম কৰিছিল টকা উপাৰ্জন কৰিছিল।