এক অতি আচৰ্যকৰ আৰু বেদনাদায়ক খবৰ। দৰিদ্ৰতাৰ নিষ্ঠুৰাঘাতে পিতৃক নিজৰ সন্তান বিক্ৰী কৰিবলৈ বাধ্য কৰালে। হাইদৰাবাদৰ ৰাজু নামৰ এজন লোকে দৰিদ্ৰতাৰ কঠোৰাঘাতৰ বাবেই ভিক্ষাৰ পথ বাচি লয় আৰু অৱশেষত নিজৰ কেচুৱা সন্তানটিক এজন আফ্ৰীনক ৭০,০০০ টকাত বিক্ৰী কৰে। এতিয়া সৰ্বত্ৰ চৰ্চা যে, ৰাজু হৃদয়হীননে সচাকৈ এনে কৰি বাধ্য।

