অষ্ট্ৰেলিয়াৰ এক আচৰ্যকৰ বিবাহ প্ৰথা

 

Wedding Smoking Ceremony

এইবাৰ খবৰ অষ্ট্ৰেলিয়াৰ এক বিবাহ প্ৰথাৰ। বিবাহ প্ৰথাবোৰৰ এক আচৰ্যকৰ প্ৰথাটো হ'ল-Wedding Smoking Ceremony, এই প্ৰথাত পতি-পত্নীয়ে লব লগা গছ-বন ধোৱা। এনে কৰাৰ কাৰণ হ'ল, অষ্ট্ৰেলিয়াৰ লোকে বিশ্বাস কৰে যে, এই ধোৱাই অসূয়া দূৰ কৰে, ৰোগ নিৰাময় কৰে আৰু সম্বন্ধলৈ আশীৰ্বাদ আনে।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.