নৱবৰ্ষৰ আৰম্ভণিতেই দেশখনৰ এক বিশেষ বাৰ্তা সমগ্ৰ বিশ্বত বিয়পিল। বছৰৰ প্ৰথম দিনটোতেই ভাৰতবৰ্ষত প্ৰায় ৬০,০০০ কেচুৱাৰ জন্ম । উক্ত দিনটোত বিশ্বৰ আটাইতকৈ বেছি সংখ্যক কেচুৱা জন্ম হোৱা দেশ হৈ পৰিল ভাৰতবৰ্ষ। এয়া ইউনিচেফৰ তথ্য অনুসৰি এক বিশেষ খবৰ।
.
0