পুৰণি 100 আৰু 10 টকাৰ নোট মার্চ মাহত বাতিল হব ! জানি লওক RBI ৰ সিদ্ধান্ত

Old 100 and 10 taka notes may be canceled in March!  Know the decision of RBI

 

পুৰণি 100 আৰু 10 টকাৰ নোট মার্চ মাহত বাতিল হব  জানি লওক RBI ৰ সিদ্ধান্ত

  মার্চ  আৰু এপ্রিলৰ মাজত বজাৰ পৰা পুৰণি নোটবোৰ উঠায় লোৱা হব পাৰে। 

  ২০২১ বাজেট: স্কুলীয়া শিক্ষাত প্রত্যক্ষ বিদেশী  বিনিয়োগৰ অনুমোদন জৰুৰী!

 নোটসমূহ  আৰু এবাৰ বাতিল হব  পাৰে।  এইটো ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা ইংগিত প্ৰদান কৰা হৈছে।  ৰিজার্ভ বেংক অফ ইন্ডিয়াৰ সহকাৰী মহাব্যবস্থাপক বি মহেশ আজি কৈছে  যে 10 আৰু 100 টকাৰ নোট বাতিল কৰাৰ পৰিকল্পনা চলি আছে ।  মার্চ আৰু এপ্রিলৰ মাজত বজাৰৰ পৰা পুৰণি নোটসমূহ উঠায় লোৱা হব পাৰে।  বি মহেেশ জিলা পর্যায়েৰ সুৰক্ষা কমিটি তথা মুদ্রা পৰিচালনা কমিটিৰ সৈতে বৈঠকৰ সময়ত এই পৰিকল্পনাটো ঘোষণা কৰে।  তেখেতে কৈছে যে, ব্যৱসায়ী সকলে নতুন ১০ টকাৰ মুদ্রা লব নিবিচাৰে  । সেইবোৰৰ পৰা বিভিন্ন সমস্যাৰ সৃষ্টি হয় । আৰু কৈছে যে, এইবোৰ মুদ্রা নচলে । এনে ধৰণৰ ঘটনা চহৰ অঞ্চলৰ বাহিৰত বেছি কৈ হব ধৰিছে ।  ফলস্বৰূপে, সাধাৰণ মানুহবোৰে  বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে । আকৌ এবাৰ  আৰ বি আই আৰু বেংকসমুহৰ বাবে  এক  গুৰুত্বপূর্ণ সমস্যা সৃষ্টি হৈছে। 

AIO all in one

  তথাপি  ৰিজার্ভ বেংকে(Reserve Bank of India) কেতিয়াও কোৱা নাই যে এই দহ টকাৰ মুদ্ৰা নচলিব।  নতুন দহ টকাৰ মুদ্রা জাৰি কৰা হৈছে।  কিন্তু মানুহবোৰে এনেকুৱা ধৰণৰ ভুৱা খবৰ প্ৰচাৰ কৰি সমস্যাৰ সৃষ্টি কৰিছে। আৰু সেইবাবে আমি এই বিষয়ে ভাবিবো লাগিব ।  2019 ত , আৰ বি আই য়ে নতুন ল্যাভেন্ডাৰ  ৰঙৰ ১০০ টকাৰ নোট জাৰি  কৰিছে।   2016 বছৰত  ২০০০ টকাৰ নোট জাৰি কৰা হৈছিল। ২০০ টকাৰ নোটও জাৰি কৰা হৈছিল।  নতুন ৫০০ টকাৰ নোটও আহিছে।  ১০০০ টকাৰ নোট উঠায় লোৱা হৈছে।  তথাপিও ২০০০ ৰ নোটৰ ছপাও অধিক কম হৈছিল। ইয়াৰ পৰিৱর্তে, ১০০ , ৫০০  অধিক দিয়া হৈছিল।  মানুহৰ সুবিধার্থে সকলো কৰি থকা হৈছিল।  এতিয়া পুৰণি ১০০ আৰু  ১০ ৰ নোটসমূহক  নতুন উপায়ৰে ছপোৱাৰ  পৰিকল্পনা কৰিছে।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.