উন্নতমাণ্ডৰ কেমেৰাৰ সৈতে ভাৰতলৈ আহিল Vivo V20 Pro 5G জানক ইয়াৰ সবিশেষ
Vivo V20 Pro 5G ত আছে তিনিটাকৈ ৰিয়েৰ কেমেৰা যত আছে 64 মেগাপিক্সেল, 8 মেগাপিক্সেল, 2 মেগাপিক্সেলৰ লেন্স । ইয়াত 44 মেগাপিক্সেল, 8 মেগাপিক্সেল, ফন্ট কেমেৰা মজুত আছে । ফোনটোক পাৱাৰ দিৱলৈ ইয়াত 4000 এম.এইছ বেটেৰী দিয়া গৈছে । যত 33 ৱাটৰ ফাষ্ট চাৰ্জিংৰ সুবিধা দিছে । Vivo ৰ এই ফোনটোৰ দাম 29990.00 টকা বুলি নিৰ্ধাৰণ কৰা গৈছে । Vivo V20 Pro 5G ত 6.44 ইঞ্চৰ সম্পূৰ্ণ HD+ AMOLATE পেনেল দিয়া গৈছে । Vivo India ৰ ঘোষণা অনুসৰি Youtube ত এই মোবাইলৰ তথ্য চাব পাৰিব । 8 জি.বি ৰেমেৰে সৈতে ই এটা অত্যাধুনিক স্মাষ্টফোন যাৰ তুলনা Vivoৰ অন্য মোবাইলৰ লগত নহয় । অধিক জানিবলৈ তলত দিয়া ফটো খনত চাব পাৰিব ।