যদি আপুনি হেডফোন ব্যৱহাৰ কৰে তেন্তে এই খবৰটো আপুনি নিশ্চয় পঢ়া উচিত।
আজিৰ তাৰিখত হেডফোন সকলোৰে ব্যৱহাৰ কৰে। টেকন’লজিৰ সৈতে প্ৰতিগৰাকী ব্যক্তি জড়িত ।পুৱা শুই উঠাৰ পৰা নিশা টোপনি যোৱালৈ টেকন’লজিৰ প্ৰত্যেকটো বস্তুৰ লগত আমি জড়িত ঠিক তেনেদৰে হেডফোনো অধিকাংশ মানুহৰেই ব্যৱৰিহাৰ্য আহিলা । টেকন’লজিৰ সৈতে আমি যিমান আগুৱাই গৈছো সিমানেই আমি কিছু ক্ষেত্ৰত পিছুৱাই আছো । মোবাইলৰ লগত হেডফোন ব্যৱহাৰ 70 শতাংশ মানুহে কৰে । ইয়াৰে কিছুলোকে দিনটোৰ অধিকাংশ সময় কাণত লগাই গান শুনাত ব্যস্ত থাকেTELICOM AUTHORITY ৰ তথ্য অনুসৰি বেছিভাগ সময় ব্যৱহিত 70 শতাংশ লোকৰ 30 শতাংশই মোবাইলত ফোন কৰাৰ ব্যস্ত থাকে । জিঅ’ অহাৰ পিছৰে পৰা আনলিমিটেড্ কলৰ সুবিধা সকলোৱে পাইছে । যাৰ ফলশ্ৰুতিত পূৰ্বৰ তুলনাত প্ৰেমিক প্ৰেমিকাই হেডফোনলৈ ব্যস্ত থকা দেখা ইয়াৰ উপৰি জোৰ জোৰকৈ গান শুনাও লোকৰ সংখ্যা অধিক । কিন্তু বহুত মানুহে নাজানে হেডফোন ব্যৱহাৰ কৰিলে দেহৰ কি কি ক্ষতি হয় । কেঞ্চাৰৰ দৰে মাৰাত্মক বেমাৰৰ লক্ষণ হৈছে হেডফোন যদি আপুনিও হেডফোন ব্যৱহাৰ কৰে তেন্তে আজিৰে পৰা আপুনিও সাৱধান হওঁক । 2016 চনৰ পৰা নতুন মোবাইলৰ লগত হেডফোন বিক্ৰি কৰাতো নিষিদ্ধ কৰিছে চৰকাৰে । যাৰ বাবে বাহিৰৰ পৰা নাইবা অনলাইনৰ পৰা আমি হেডফোন কিনিব লাগে ।
আজি আমি আপোনাক হেডফোনৰ অপকাৰীতাৰ বিষয়ে উল্লেখ কৰিম...
1.আমাৰ কাণ আমাৰ শৰীৰৰ সংবেদনশীল অংগ । যদি আপুনি জোৰকৈ গান লগাই শুনে তেন্তে কাণৰ ভিতৰত থকা পৰ্দাখন কপিবলৈ ধৰে যাৰফলত সেই পৰ্দাখনত প্ৰভাৱ পৰে আৰু কেতিয়াবা ফাটি যোৱাৰ সম্ভাৱনা বেছি । ইয়াৰ লগে লগেই আমি কাণেৰে শুনিব লগা শক্তি হেৰুৱাব লগা হয় । বেছি সময় হেডফোন ব্যৱহাৰ কৰাৰ ফলত কাণৰ ভিতৰৰ অংশত বায়ু সোমাবলৈ সুবিধা নাপায় । যাৰবাবে কাণৰ বিষ আৰু মূৰৰ বিষ অনুভৱ হয় ফলশ্ৰুতিত মস্তিকৰ বিজুতি, হঠাত্ খং উঠা এনেবোৰ লক্ষণ দেখিবলৈ পোৱা যায় ।
2. স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি প্ৰত্যেক বছৰে 18 জন ব্যক্তি কাণৰ বিষত মৃত্যু মুখত পৰে । কেৱল মাত্ৰ হেডফোনেই ইয়াৰ বাবে দায়ী অধিক শব্দ প্ৰদূষণৰ বাবে যিমান কাণত প্ৰভাৱ পৰে । তাতোকৈ 80 শতাংশ বেছি হেডফোন ব্যৱহাৰকাৰীৰ ওপৰত পৰে হেডফোন হৈছে এডাল এন্টেনাৰ দৰে যিয়ে তৰংগ ধৰাত সহায় কৰে । ইয়াৰ উদাহৰণ স্বৰূপে আপোনাৰ যদি ইন্টাৰনেটৰ গতি লেহেম হয় তেন্তে আপুনি যদি হেডফোন লগাই ফোন কৰে তেন্তে ইন্টাৰনেটৰ গতি দ্ৰুত হয় ।
3.কেঞ্চাৰ হোৱাতো ইয়াৰ এক বিশেষ কাৰণ অধিক মাত্ৰাত হেডফোন ব্যৱহাৰ কৰোতে কাণৰ পৰ্দাত ঘা হয় । যাৰ বাবে খজুৱতি ধৰে ।এনেবোৰ কাৰণৰ বাবেই আমি হেডফোন অধিক মাত্ৰাত ব্যৱহাৰ কৰাতো বন্ধ কৰিব লাগে ।
4.কিছুলোকে গাড়ী চলোৱা সময়ত হেডফোন ব্যৱহাৰ কৰে । যাৰবাবে অন্যগাড়ীৰ HORNৰ শব্দ নুশুনে, ফলশ্ৰুতিত বেছি ভাগেই দূৰ্ঘটনাত পতিত হয় ।
5.ৰাতি শুই শুই কথা পাতি থকাৰ পিছত টোপনি যেতিয়া আহি যায় হেডফোনৰ তৰংগই আমাৰ মগজুৰ শয়ণ শক্তি কমাই । টেকন’লজিৰ এই বজাৰখনত বহু ভাল বেয়া হেডফোন উপলব্ধ কোনডাল ভাল কোনডাল বেয়া তাৰো হিচাব কৰিব নোৱাৰে । গ্ৰাহকে গতিকে আমি মাত্ৰ 12 শতাংশ সময়হে হেডফোন ব্যৱহাৰ কৰিব লাগে । অথাত্ প্ৰতি ঘন্টাত মাত্ৰ তিনি মিনিট হে ফোনত কথা পাতিব লাগে আৰু প্ৰতি ঘন্টাত 23 মিনিট হে গান শুনিব লাগে । তাকো উচ্চ স্বৰত নহয় মানে 70 শতাংশ স্বৰদিহে হেডফোন ব্যৱহাৰ কৰিব লাগে । সঠিক নিয়মত হেডফোনক ব্যৱহাৰ কৰক আৰু নিজকে সুৰক্ষিত কৰি ৰাখক ।
Some of the harmful ways in which earphones can affect our ears are:
- NIHL(Noise-Induced Hearing Loss)
- Tinnitus
- Hyperacusis
- Hearing loss
- Dizziness
- Ear infection
- Excessive ear wax
- Pain in the ears
- Effect on the brain