বিবাহ পাশত আবদ্ধ হবলৈ চৰকাৰে আনিলে নতুন আইন : জানক সকলো

 বিবাহ পাশত আবদ্ধ হবলৈ চৰকাৰে আনিলে নতুন আইন : জানক সকলো 

বিবাহ পাশত আবদ্ধ হবলৈ চৰকাৰে আনিলে নতুন আইন : জানক সকলো

চৰকাৰে এহাল দম্পতীয়ে নিজৰ পৰিচয় আৰু চাকৰি আৰু আয়ৰ বিৱৰন লুকুৱাব নোৱাৰিব : এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ । এই ধাৰা প্ৰস্তাবিত হৈছে মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশত । কিন্তু ইয়াৰ অনুৰূপ নহব ।


 গুৱাহাটী : অসমৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে কৈছে পুৰুষ সকলে বিয়া কৰাৰ আগতে নিজৰ সহযোগীক তেওঁ নিজৰ পৰিচয় চাকৰি , ধৰ্ম আৰু আয়ৰ বিষয়ে জনাব লাগিব । এইক্ষেত্ৰত অসম চৰকাৰে আৰম্ভ কৰিছে আইন প্ৰস্তাব কৰাত । এই বিধেয়ক সকলো ধৰ্ম-নিৰপেক্ষ লোকৰ বাবে প্ৰযোজ্য হব । এই আইনে মহিলাক সুৰক্ষিত কৰিব । কিন্তু অসম এতিয়া লাভ জেহাদৰ ওপৰত একো মন্তব্য নাই । কেৱল নিজৰ পৰিচয় , আয়ৰ বিৱৰণ , সকলো তথ্য দি বিবাহ কৰিব পাৰিব ।


ইয়াৰ লগে লগে মন্ত্ৰী জনাই কৈছে যে এই আইন সকলো বিবাহৰ বাবে অনিবাৰ্য হ'ব । ই কেৱল ধৰ্মক লৈ নহব কেৱল পত্নীৰ ইচ্ছাৰ ওপৰত হে ভিত্তি কৰিব । এই আইন মহিলাসকলক সতৰ্ক কৰিবলৈ লোৱা হৈছে প্ৰস্তাব । 

হিমন্ত বিশ্বৰ শৰ্মাৰ এই নতুন আইনৰ পৰিকল্পনাক আপুনি কেনে পাইছে জনাবলৈ নাপাহৰিব ।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.