এক বিশেষ আৰু নতুন খবৰ। মেঘালয়ত পোৱা গ'ল এক নতুন প্ৰজাতিৰ মাছ যাৰ মূৰটো দেখিবলৈ এটা সাপৰ মূৰৰ দৰে। এই মাছবিধক সাধাৰণতে snakehead নামেৰে জনাজাত আৰু স্থানীয় নাম হৈছে Dohthli; এই মাছবিধক এতিয়া নাম দিয়া হৈছে Channa Aristonei । Aristonei M Ryndongsngi নামৰ এজন শ্বিলংৰ St Anthony College ৰপৰা Fisheries Science ত ডিগ্ৰী লোৱা এজন মাছৰ প্ৰতি উদ্যম থকা ব্যক্তিয়ে এই মাছবিধক আবিস্কাৰ কৰে।