ভাৰতত পুনৰ আৰম্ভ কভিড : New covid postive in India

 ভাৰতত পুনৰ আৰম্ভ কভিড



এক বিশেষ খবৰ। নাগপুৰৰ নৰেন্দ্ৰপুৰৰ এক আচৰ্যকৰ খবৰ। এজন ৩৫ বছৰীয়া আই ,টি বিষয়া মাক-দেউতাকক লগ কৰিবলৈ লণ্ডনৰপৰা ভাৰতলৈ ২৮ নৱেম্বৰত আহিছিল। লণ্ডনত ব্যক্তিজনৰ কোভিড পৰীক্ষাত নিগিটিভ ওলাইছিল। ভাৰতলৈ অহাৰ পাছত চৰকাৰী চিকিৎসালয়ত কৰা কোভিদ পৰিক্ষাতো নিগেটিভেই ওলাইছিল। পিছে আচৰ্যকৰ খবৰ এই যে, এদিনৰ ভিতৰতে ব্যক্তিগত খণ্ডৰ লেবত ওলাল পজিটিভ। বিষয়টো এতিয়া সৰ্বত্ৰ উত্তেজনাপূৰ্ণ হৈছে।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.