Arunachal Pradesh CM releases state assembly's e-calender

 এখন বিশেষ কেলেণ্ডাৰ মুকলি কৰিলে অৰুণাচলত

Arunachal Pradesh CM releases state assembly's e-calender


এইবাৰ ইলেক্ট্ৰনিক কেলেণ্ডাৰৰ খবৰ। অৰুণাচল প্ৰদেশত এক বিশেষ সূচনা। মূখ্যমন্ত্ৰী পেমা খান্দুৱে যোৱা দেওবাৰে নৱবৰ্ষৰ বাবে e-calender ৰ আগমন ঘটায়। দেশখনত পোনপ্ৰথমবাৰৰ বাবে এই বিশেষ কেলেণ্ডাৰৰ পৰিচয় কৰায় মন্ত্ৰীজনাই অৰুনাচল প্ৰদেশতেই।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.