এক অতিকৈ সুখবৰ। দেশখনত এক নতুন বিমান সেৱাৰ আৰম্ভণি। IndiGo বিমানসেৱাই দিল্লীৰ ইন্দিৰাগান্ধী আন্ত:ৰাষ্ট্ৰীয় বিমান বন্দৰৰপৰা ডিমাপুৰলৈ 6E2433 বিমানৰে পোনপতীয়া উৰণ আৰম্ভ কৰিলে। এই সেৱা ৪ জানুৱাৰীৰপৰা সপ্তাহত দুদিনকৈ কাৰ্যকৰী হোৱাৰ আশা প্ৰকাশ কৰা হৈছে।