এট পুৰনি মুদ্ৰাই কৰিব পাৰে আপোনাক ধনবান : পাব পাৰে ২ লাখৰ পৰা কোটি টকা : Sell old Gold Mata Vaishno Devi Coin

 এটা মুদ্ৰাই বনাব পাৰে আপোনাক মালামাল , দাম ২ ৰ পৰা ৫ লাখ টকা 



-মা বিষ্ণু দেৱীৰ ফটো থকা এটা এটকীয়া মুদ্ৰাৰ দাম হৈছে ৭২,০০০ টকা । 

-সম্ৰাত আকবৰে ১২ ৰাশি চক্ৰ থকা মুদ্ৰা ব্যৱহাৰ কৰিছিল , যাৰ আজিৰ দিনত বজাৰ মূল্য হৈছে ১৫ কোটি টকা 

সকলো লোকেই বিচাৰে যে তেওঁৰ হাতত অধিক সংখ্যক ধন হওঁক । কিন্তু বহুতো কষ্টৰ মুৰত হে ধন উপাৰ্জন কৰিব পাৰি । কিন্তু কিছু সেত্ৰত কষ্ট নকৰাকৈয়ে নিজ বুদ্ধি , চিন্তা শক্তিৰ সঠিক প্ৰয়োগ কৰিও টকা উপাৰ্জন কৰিব পৰা যায় । আজি আপোনাক কবলৈ গৈ আছোঁ যে কেনেকৈ sense of humour ৰ দ্বাৰা ৰাতিৰ ভিতৰতে টকা উপাৰ্জন কৰিব পাৰি ।


এক টকাৰ মুদ্ৰা এটাই আপোনাক বনাব পাৰে মালামাল । যদি আপোনাৰ ঠাইত বেলেগ বেলেগ বছৰৰ এক এক টকাৰ মুদ্ৰা আছে তেনেহলে আপুনি এই মুদ্ৰা বিক্ৰী কৰি লাখপতি হব পাৰে । এই মুদ্ৰা সমূহ QUICKER ৰ দৰে site সমূহত বিক্ৰী কৰিব পাৰে । ইয়াৰ লগতে মা বিষ্ণু দেৱীৰ ফটো থকা এটা মুদ্ৰা ৭২,০০০ টকা পৰ্যন্ত বিক্ৰী হব পাৰে । 

 Numismatic Society ৰ মতে , আপুনি কিমান দাম পাব সেইটো সম্পূৰ্ণ ৰূপে মুদ্ৰা টোৰ ওপৰত নিৰ্ভৰ কৰে । মুদ্ৰা টো যিমানেই পুৰণা আৰু দুৰ্লভ হব , সিমানেই অধিক মূল্য পোৱা যাব । এইখিনিতে কৈ দিও যে ভাৰতৰ দ্বিতীয় বিশ্ব যুদ্ধৰ বাবে ১৯৩৯ চনত ১ টকীয়া মুদ্ৰাৰ প্ৰস্তুত কৰাটো বন্ধ কৰি দিয়া হৈছিল । সেই বছৰৰ মুদ্ৰা হয়টো কিছু লোকৰ হাততেই আছে । তাৰ দাম বৰ্তমান ২ লাখ টকাৰ পৰা ৫ লাখ টকা পৰ্যন্ত । কিন্তু , নকলি মুদ্ৰাৰে বৰ্তমান বজাৰ ভৰি পৰিছে । সেইবাবে এই মুদ্ৰাৰ মূল্যৰ কোনো কথা নাই , এই মুদ্ৰাৰ জৰিয়তে দিল্লীৰ ইতিহাসো প্ৰতিফলিত হয়।

১২ তা মুদ্ৰাৰ বাবে পাব পাৰে ১৫ কোটি টকা 

মেডিয়া প্ৰতিবেদন অনুযায়ী , সম্ৰাট আকবৰে হিন্দু দেৱীৰ বাদেও ১২ ৰাশি চক্ৰৰ বিভিন্ন মুদ্ৰা প্ৰকাশিত কৰিছিল । কিন্তু তাৰ অনুসন্ধান আজি পৰ্যন্ত চলি আছে । যদি কৰিবৰ ওচৰত আকবৰে চলোৱা মুদ্ৰা আছে তেনেহলে সেইটোৰ আজিৰ বজাৰ মূল্য ১৫ কোটি টকাত কৈও অধিক ।


কেনেকৈ বেচিব  : জানক সৱিশেষ

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.