বাংগালুৰুত অসমৰ বৰপেটাৰ এগৰাকী ছোৱালীক ধৰ্ষণ কৰি হত্যা ।Barpeta girl allegedly raped and murdered in Bangalore

 বাংগালুৰুত অসমৰ বৰপেটাৰ এগৰাকী ছোৱালীক ধৰ্ষণ কৰি হত্যা । আচল ৰহস্য জানক

Barpeta girl allegedly raped and murdered in Bangalore


১৯ বয়সৰ এগৰাকী যুৱতী যিয়ে কিছু দিন পূৰ্বে বাংগালোৰৰ এখন কলেজত নামভৰ্তি কৰিছিল । কলেজত নামভৰ্তিৰ এদিন পিছতেই বলৎকাৰ কৰি হত্যা কৰিকে নৰপিশাচে ।

বৰপেটা জিলা এগৰাকী ১৯ বছৰীয়া কিশোৰীৰ বুধবাৰে উপৰ্য্যুপৰি বলাত্কাৰৰ পিছত হত্যা কৰা হৈছিল । ১৯ বছৰীয়া জেচমিনা অখ্তৰ East West Bangalore ত BSC ৰ প্ৰথম বৰ্ষৰ ছাত্ৰী আছিল । আৰক্ষী প্ৰাৰম্ভিক তথ্য অনুসৰি কিশোৰী গৰাকীৰ ওপৰত প্ৰথমতে বল পূৰ্বক ভাৱে বলাত্কাৰ আৰু কিছু সময়ৰ পিছত তাইক হত্যা কৰি দিয়া হৈছিল ।

তাইৰ কলেজত তাইৰ নামাকৰনৰ পিছত ১৪ ডিচেম্বৰ দিনা ঘৰৰ পৰিয়ালে কলেজত থৈ ঘৰমোৱা হৈছিল । আৰু ১৬ ডিচেম্বৰ দিনা এটা অনিচ্ছাকৃত এটা খবৰৰ সন্মোখিন হ'ল ঘৰখন । বাংগালুৰৰ অনুপমা চিকিৎাসলয়ত মৃত অৱস্থাত পোৱা গ'ল জেচমিনাক । সচাকৈ এক মৰ্মান্তিক আৰু হৃদয় বিদাৰক ; আৰক্ষী তদন্তৰ পিছত লগে লগেই বাংগালুৰু পুলিচে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় নৰপিশাচক । তেওঁৰ পৰিয়ালৰ মতে মূল দোষী জনৰ লগত অন্য লোকো জড়িত থকাৰ কথা সদৰি কৰিছে আৰক্ষীৰ আগত । আৰক্ষীকো এই ক্ষেত্ৰত অধিক তৎকালিন কাম কৰাৰ দাবী জনাইছে । এই ক্ষেত্ৰত বিভিন্ন দল সংগঠনে ধৰ্ষণকাৰী সকলক ফাচী দিয়াৰ দাবী জনাইছে । বাংগালুৰৰ এটা পুলৰ তলত তাইৰ মৃত দেহ উদ্ধাহ হৈছিল । তাৰে স্থানীয় লোকেই আৰক্ষীক এই বিষয়ে অৱগত কৰিছিল । ইতিমধ্যে এইক্ষেত্ৰত আৰু কোন কোন জড়িত আছে তাৰ তদন্ত অব্যাহত আছে ।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.