দুষ্পাপ্য ফুলৰ সন্ধান পালে মেঘালয়ত
এক বিশেষ ফুলে আচৰিত কৰিছে সকলোকে । মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ নক্ৰেক বায়'স্ফিয়েৰত পোৱা গ'ল এক দুষ্প্ৰাপ্য ফুল। এই ফুলবিধৰ নাম Sapria Himalayan । এই ফুল অৰুণাচল প্ৰদেশৰ কিছুমান ঠাইতহে পোৱা গৈছিল। কিন্তু এই ফুলবিধ বহু বিচৰাতহে পোৱা গৈছে । দুষ্পাপ্য ফুলবিধ বহু ঔষধি গুনৰ বাবে পৰিচিত । ইয়াক সংৰক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে বিশেষজ্ঞ সকলে ।