অচিন ৰোগে আতংকৰ সৃষ্টি কৰিছে অন্ধ্ৰপ্ৰদেশ : diseases in andhra pradesh

 


এক আতংকৰ খবৰ অন্ধ্ৰ প্ৰদেশৰ। এক অচিন ৰোগে আতংকৰ সৃষ্টি কৰিছে অন্ধ্ৰপ্ৰদেশৰ পশ্চিম গোদাবৰী জিলাত।যোৱা শনিবাৰে নিশা হঠাতে ২৯০ জন লোক সিকিৎসাধীন হয়। ২৯০ জনৰ বেছিভাগেই শিশু। ৰোগৰ লক্ষণসমূহ হৈছে ,মূৰৰ বিষ,বমি ভাৱ আৰু শৰীৰৰ দুৰ্বলতা আৰু হঠাত ঢলি পৰে। ৭ জন অলপ সুষ্ঠ আৰু ৭ জন সংটক অৱস্থাত।পিছে ৰোগ চিনাক্ত কৰিবলৈ অপাৰগ চিকিৎসা বিভাগ।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.