বিয়া পাতিবলৈ নিদিয়াৰ বাবেই হত্যা প্ৰেমিকাৰ পিতৃক : Delhi: Man murders girlfriend's father for rejecting his marriage proposal

 

Delhi: Man murders girlfriend's father for rejecting his marriage proposal

এটা ভয়ংকৰ খবৰ। প্ৰেমিক প্ৰেমিকাক বাধা দিলেই বিপদ নেকি পিতৃ মাতৃৰ । প্ৰেম কৰিবলৈ নিদিয়াটোও এতিয়া যেন একাংশৰ বাবে অপৰাধ । প্ৰেমৰ মায়াজালত পৰি বহুতৰে জীৱন ধ্বংস হৈছে যদিওঁ বহুতে আকৌ নিজৰ জীৱন সুন্দৰকৈ গঢ় দিব পাৰিছে । কিন্তু এটা আচৰিত ঘটনাই চকু থৰ কৰিব আপোনাক । এই ঘটনা দিল্লীৰ । ছোৱালীক বিয়া দিবলৈ অমান্তি হোৱা পিতৃক মৃত্যুৰে প্ৰতিশোধ ল'লে ছোৱালীৰ প্ৰেমিকে। দিল্লীৰ চোনিয়া বিহাৰৰ ২৫ বছৰীয়া যুৱক চুৰয কুমাৰে নিজৰ প্ৰেমীকাক প্ৰেমীকাৰ পিতৃয়ে বিয়া দিবলৈ অমান্তি হোৱাৰ বাবেই প্ৰেমীকাৰ  ৫০ বছৰীয়া পিতৃ বিজেন্দৰ সিংহক হত্যা কৰে। পিছে হত্যাকাৰী সাৰিব নোৱাৰিলে আৰু শেষত আৰক্ষীৰ জালত পৰে। 

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.