সকলোৰে বাবে সু খবৰ । কৰোনাৰ সৈতে যুজ দিয়াত সফল হৈছে এখন দেশ
ব্ৰিটেইনে আৰম্ভ কৰিলে কৰোনাৰ টিকাকৰণ। উত্তৰ আয়াৰলেণ্ডৰ ৯০ বছৰীয়া মাৰ্গাৰেট কিনেনে ল'লে এই টিকা। মাৰ্গাৰেটেই হৈছে বিশ্বৰ সৰ্বপ্ৰথম কৰোনা টিকা লোৱা মহিলা। যাৰ বাবে এতিয়া বিশ্বই কিছু সকাহ পাইছে । এই পৰীক্ষা সম্পূৰ্ণ হলে গোটেই বিশ্বতে টীকাকৰণ দিয়া প্ৰক্ৰিয়া আৰম্ভ হ'ব ।