বন্ধ হব পাৰে Amazon : চৰকাৰৰ সকিয়নী Online site ক

 বন্ধ হব পাৰে  Amazon : চৰকাৰৰ সকিয়নী Online site ক



এইবাৰ আইনৰ ৰোষত পৰিল Amazon

আইন ভংগ কৰিলে অনলাইন শ্বপিং চাইট  Amazon য়ে । দেশৰ সৰ্ব বৃহৎ online site সমূহৰ ভিতৰত Amazon অন্যতম । এতিয়া Amazonৰ কাৰণে দেশখনৰ ক্ষূদ্ৰ ব্যৱসায়ীসকল সংকটতত পৰিছে। ইয়াৰ কাৰণ হৈছে, আমাজনে নিজ ইচ্ছা অনুসৰি সামঞ্জস্যহীনভামে সামগ্ৰীবোৰ বিক্ৰী কৰিছে। সেয়ে কনফেডাৰেশ্যন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্চ ইয়াৰ বিৰুদ্ধে সৰব হৈ পৰে আৰু কঠোৰ ব্যৱস্থা ল'বলৈ  ED ক দাবী জনাইছে । এই তদন্তৰ পিছতেই কি ৰায় হয় Amazon ৰ ওপৰত সেয়া অতিশিঘ্ৰেই জানিব পৰা যাব ।
Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.