অভিনেত্ৰী দিব্যা ভাটনগৰেৰ দেহাবসান ।
Bollywoodত সদায় হাহি ধেমালিৰে সু নিপুন অভিনয়ৰে সকলো দৰ্শকক এৰি গুচি গ'ল দিব্যা ।
Hindi Entertainment জগতখনৰ এখন জনপ্ৰিয় ধাৰাবাহিক Ye rista kia kehlata he ৰ অভিনেত্ৰী দিব্যা ভাটনগৰে সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে। নৱেম্বৰ মাহতেই অভিনেত্ৰীগৰাকীৰ দেহত কোভিদৰ উপস্থিতি ধৰা পৰে। চিকিৎসালয়ত উপযুক্ত চিকিৎসা কৰা হয় যদিও নিষ্ঠুৰ সময়ে অভিনেত্ৰীগৰাকীক শুদাই নেৰিলে। অৱশেষত ৩৪ বছৰ বয়সতেই দিব্যাই চিৰদিনলৈ সকলোকে এৰি গ'ল।