পুনৰ অসমৰ চাকৰিৰ বাচনি পৰীক্ষাত ঘটিল অথন্তৰ : Job scam of Rain Forest Research Institute

 পুনৰ অসমৰ চাকৰিৰ বাচনি পৰীক্ষাত ঘটিল অথন্তৰ 



এইবাৰ আচৰ্যকৰ খবৰ। অসমৰ চৰকাৰেই হওক বা কেন্দ্ৰীয় চৰকাৰেই হওক । চাকৰিত নিবনুৱা নিযুক্তিত কিবা নহয় কিবা বিষংগতি থাকিবই । ৰিয়ানাৰ পৰা আহি আন প্ৰাৰ্থীৰ হৈ নিযুক্তিৰ পৰীক্ষাত বহিল অসমত। Rain Forest Research Institute ৰ চতুৰ্থ বৰ্গৰ চাকৰিৰ পৰীক্ষাত আনৰ হৈ পৰীক্ষা দিলে হাৰিয়ানাৰ জিন্দ জিলাৰ চৰন সিংহ আৰু অমিত সিংহে। যোৰহাট আৰক্ষীয়ে যোৱা দেওবাৰে Jorhat Government Girls' Multi-purpose Higher Secondary School ত দুয়ো সিংহকে হাতেলুটে ধৰে।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.