Piza বনাই গিনিজ বুকছত নাম ৰাখিলে যুৱকে । Piza in Guinness Book

 Piza বনাই গিনিজ বুকছত নাম ৰাখিলে যুৱকে ।



Piza (পিজা) খাই সকলোৱে ভাল পায় । কিন্তু পিজা বনাই অভিলেখ গঢ়া আপুনি প্ৰথম হয়তো শুনিছে ।

 এইবাৰ পিজা বনাই বিশ্ব অভিলেখ গঢ়িলে ফ্ৰাঞ্চৰ chef য়ে।ফ্ৰাঞ্চৰ Benoit Bruel নামৰ এজন chef য়ে ২৫৪ বিধ পনীৰেৰে এটা পিজা বনাই গিনিজ বুকথ নিজৰ নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হ'ল।তেও কাম কৰে ফ্ৰাঞ্চৰ লিয়নৰ Deliss Pizza নামৰ এখন Pizzeria ত।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.