কিমান কোটি টকাৰ মালিক হাগ্ৰামা মহিলাৰি

কিমান কোটি টকাৰ মালিক হাগ্ৰামা মহিলাৰি


হাগ্ৰামাৰ সম্পত্তিৰ তালিকা দিলে প্ৰমোদ বড়োৰ UPPLএ

হাগ্ৰামা মহিলাৰীৰ পত্নীৰ ৫০টা বেংক একাউণ্ট

কোকৰাঝাৰতে হাগ্ৰামাৰ ৫০ ঠাইত আছে মাটি

৫৬খন বাহন আছে এসময়ৰ বিটিচি প্ৰধান হাগ্ৰামাৰ

বহু কোটিৰ ব্যৱসায় দেখুৱাই হাগ্ৰামাই লৈছে ২৮টা লোন

প্ৰায় ৮৪ কোটি টকাৰ সম্পত্তিৰ তালিকা দাঙি ধৰিলে সংবাদমেলত

১৮-১৯ চনৰ পৰা বৰ্তমানলৈ MGNREGAৰ নামত ৪৫৭ কোটিৰ কেলেংকাৰি

বহু আঁচনিৰ নামত ২০০০ কোটিতকৈ অধিক টকাৰ দুৰ্নীতিৰ অভিযোগ

দিছপুৰ প্ৰেছ ক্লাবত প্ৰমোদ বড়ো নেতৃত্বাধীন UPPLৰ সংবাদমেল

সংবাদমেলত তথ্য দাঙি ধৰিলে দলটোৰ শীৰ্ষ নেতৃত্বই

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.