" PM Solar Panel Scheme : বিজুলী বেছি কৃষক সকল হব পাৰে লাখপতি । এক একৰ মাটিত ভাৰা পাব ৪ লাখ টকা পৰ্যন্ত !

PM Solar Panel Scheme : বিজুলী বেছি কৃষক সকল হব পাৰে লাখপতি । এক একৰ মাটিত ভাৰা পাব ৪ লাখ টকা পৰ্যন্ত !

 PM Solar Panel Scheme: বিজুলী বেছি কৃষক সকল হব পাৰে লাখপতি । এক একৰ মাটিত ভাৰা পাব ৪ লাখ টকা পৰ্যন্ত !

বিজুলী বেছি কৃষক সকল হব পাৰে লাখপতি । এক একৰ মাটিত ভাৰা পাব ৪ লাখ টকা পৰ্যন্ত !


পি এম চ'লাৰ পেনেল আঁচনি : কৃষকৰ আয় দুগুণ কৰিবৰ বাবে চৰকাৰে এই পদক্ষেপ হাতত লৈছে । কৃষকে নিজৰ মাটি ভাৰালৈ দিব পাৰে তাৰ বিনিময়ত ভাৰতীয় কোম্পানী সমূহে আপোনাক টকা প্ৰদান কৰিব । কৃষক সকলক আৰ্থিক ভাৱে মজবুত কৰি তুলিবলৈ আৰু তেওঁলোকক কৰ্মসংস্থাপন দিবলৈ চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি হাতত লৈছে । ইয়াৰ ভিতৰতে এটা উল্লেখযোগ্য হৈছে পি এম্ চ'লাৰ পেনেল আঁচনি । ইয়াত কৃষকে কোম্পানী সমূহক বিজুলী বিক্ৰী কৰি অধিক লাভৱান হব পাৰিব । ইমানেই নহয় আপোনালোকে আপোনালোকৰ মাটি ভাৰাত দিও ৪ লাখ টকা পৰ্যন্ত টকা পাব পাৰে । কি হয় এই আঁচনি আৰু কেনেকৈ লাভ কৰিব ইয়াৰ বিষয়ে সঠিক কৈ জানো আহক । 


পি এম চ'লাৰ পেনেল আঁচনি কি ?

এই আঁচনিত কৃষক সকলে তেওঁ লোকৰ মাটিৰ কিছু অংশ চ'লাৰ পেনেল লগাবৰ বাবে দিব পাৰে । ইয়াৰ পৰিৱৰ্তে ভাৰতীয় কোম্পানী সমূহে প্ৰতি একৰ মাটিত প্ৰদান কৰিব  ১ লাখ কৈ টকা ।  ইয়াৰ বাবে নিৰ্দিষ্ট নিয়াম বান্ধি দিয়া যাব । আঁচনি কাৰ্যকৰী হোৱাৰ ২৫ বছৰ সম্পূৰ্ণ হোৱাৰ পিছত কোম্পানী সমূহে কৃষক সকলক প্ৰতি একৰ মাটিৰ ভাৰা ১ লাখৰ পৰিৱৰ্তে ৪ লাখ কৈ প্ৰদান কৰিব । 

PM Solar Panel Scheme


আঁচনিৰ সুবিধা সমূহ 

১. চ'লাৰ পেনেল লগাবৰ বাবে যি খৰচৰ প্ৰয়োজন সেই সকলো খৰচ কোম্পানী সমূহে বহন কৰিব , ইয়াৰ বাবে কৃষকে কোনো ধৰণৰ খৰচ কৰিব নালাগে । 

২. চ'লাৰ পেনেল মাটিৰ পৰা ৩.৫০ মিটাৰ ওপৰত লগোৱা যাব । ইয়াৰ বাবে কৃষক সকলে সেই মাটিত বিভিন্ন ধৰণৰ খেতি কৰিব পাৰিব । 

৩. এক একৰ মাটি দিয়াৰ বিনিময়ত কৃষক সকলে ১০০০ ইউনিট বিনামূলীয়া বিজুলী লাভ কৰিব আৰু প্ৰয়োজনতকৈ অধিক বিজুলী উৎপাদন হলে সেই বিজুলী কোম্পানী বা চৰকাৰক বিক্ৰী কৰিব পাৰিব ।

বিজুলী বিক্ৰী কৰি অধিক লাভৱান হওঁক 

কৃষকে মাটিত চ'লাৰ পেনেল লগোৱাৰ উপৰিও কৃষক সকলে বিজুলী বিক্ৰী কৰিও লাভৱান হব পাৰে । ইয়াৰ বাবে Kusum Yojna ত কৃষক সকলে Registration কৰিব পাৰে।  ইয়াৰ পৰা আপুনি নিজেই চ'লাৰ পেনেল লগাই ইয়াৰ পৰা উৎপন্ন হোৱা বিজুলী ভাৰতীয় কোম্পানী বা চৰকাৰক বিক্ৰী কৰি অধিক লাভৱান হব পাৰে । এই আঁচনিৰ সুবিধা সমূহ সাধাৰণ কৃষকৰ লগতে এনে লোক সকলেও লব পাৰে যি সকলৰ মাটি অব্যৱহৃত হৈ পৰি আছে । ১ MW চ'লাৰ পেনেল লগাবৰ বাবে ৬ একৰ মাটিৰ প্ৰয়োজন হয় । ইয়াৰ পৰা ১৩ লাখ ইউনিট বিজুলী উৎপন্ন কৰিব পাৰি ।

Post a Comment

Previous Post Next Post

People Like