" এই মহিলা গৰাকীয়ে নিজৰ দুগ্ধ বিক্ৰী কৰি লাখ টকা উপাৰ্জন কৰে । জানক কেনেকৈ ?

এই মহিলা গৰাকীয়ে নিজৰ দুগ্ধ বিক্ৰী কৰি লাখ টকা উপাৰ্জন কৰে । জানক কেনেকৈ ?

এই মহিলা গৰাকীয়ে নিজৰ দুগ্ধ বিক্ৰী কৰি লাখ টকা উপাৰ্জন কৰে ।  জানক কেনেকৈ ?

Woman sell her milk


আমেৰিকাৰ ফ্লৰিডাৰ ৩২ বছৰীয়া জুলি ডেনিছে নিজৰ দুগ্ধ বিক্ৰী কৰি লাখ টকা উপাৰ্জন কৰে । 

-নিজৰ দুগ্ধ বিক্ৰী কৰিবৰ বাবে দিছিল অনলাইন ঘোষণা । নিজৰ গৰ্ভ ভাৰাত দিয়া হয় । 

বয়োজেষ্ঠ লোকে তাহানিৰ দিনৰ পৰাই কৈ আহিছে যে মাকৰ দুগ্ধ সন্তানৰ বাবে অমৃত সদৃশ হয় । মাৰ দুগ্ধৰ মহত্ত্বৰ কথা সেই দিন ধৰি চলি আহিছে । কিন্তু কিছু দিন ধৰি গৰ্ভ ভাৰাত দিবলৈ আৰম্ভ কৰিছে । মানুহ বোৰ এই বিষয়ত আচৰিত হৈছে । আপোনালোকে যেতিয়া শুনিব যে এতিয়া মাৰ দুগ্ধও বিক্ৰী হবলৈ আৰম্ভ হৈছে তেতিয়া আপোনালকৰ কেনে অনুভৱ হব । কিন্তু সঁচাটো এইটোৱেই যে এতিয়া মাৰ দুগ্ধ বিক্ৰী হবলৈ আৰম্ভ হৈছে । আমেৰিকাৰ ফ্লৰিডাৰ কিছু মাতৃয়ে নিজৰ দুগ্ধ বিক্ৰী কৰি লাখ লাখ টকা উপাৰ্জন কৰি আছে । 

Wow ! ৭ বছৰীয়া কিশোৰীয়ে ৮০ কিলোগ্ৰাম ওজন দাঙি ৰেকৰ্ড গঢ়িলে , ভাইৰেল হৈ পৰিছে ইণ্টাৰনেটত ।



ইয়াত বিক্ৰী হয় মাৰ দুগ্ধ 

প্ৰতিবেদন অনুযায়ী , আমেৰিকাৰ ফ্লৰিডাৰ এগৰাকী মহিলাই নিজৰ দুগ্ধ বিক্ৰী কৰি লাখ লাখ টকা উপাৰ্জন কৰিছে । ৩২ বছৰীয়া এই মহিলা গৰাকীয়ে দুগ্ধ বিক্ৰী কৰিবৰ বাবে অনলাইন ঘোষণা কৰিছিল । জানিব পৰা মতে ডেনিছ নামৰ এই মহিলা গৰাকীয়ে যোৱা বছৰ আগষ্ট মাহত এটা সন্তান জন্ম দিছিল । ভাৰাত গৰ্ভ প্ৰদান কৰি এই মহিলা গৰাকীয়ে টকা উপাৰ্জন কৰাৰ লগতে তাৰ পিছত তেওঁ নিজৰ দুগ্ধ বিক্ৰী কৰিও লাখ লাখ টকা উপাৰ্জন কৰে ।

আমেৰিকা আৰু ৰোমানিয়াৰ মাটিত পুতি থোৱা ৰহস্যময়ী খুঁটা হঠাতে নোহোৱা হৈ গ'ল , যাৰ বাবে সকলো ফালে লাগি গল তুলপাৰ ।

এনেকৈ কৰা হয় দুগ্ধ তৈয়াৰ 

প্ৰতিবেদন অনুযায়ী , মহিলা গৰাকীয়ে জনোৱা মতে তেওঁ দুগ্ধ উলিয়াবলৈ ঘণ্টা ঘণ্টা ধৰি পৰিয়ালৰ পৰা নিলগে থাকে , কিয়নো দুগ্ধ প্ৰস্তুত হবলৈও যথেষ্ট সময়ৰ প্ৰয়োজন । মহিলা গৰাকীয়ে কৈছে যে তেওঁ প্ৰতি মাহে ১৫০০০ টোপাল দুগ্ধ উলিয়াই আৰু সেই দুগ্ধ ফ্ৰীজত থৈ বৰফৰে ভৰা আইচ্ বক্সত পেক্ কৰি দেশৰ বিভিন্ন প্ৰান্তলৈ পঠোৱা হয় ।

Post a Comment

Previous Post Next Post

People Like