" Akhil Goigoi Bail : অখিল গগৈৰ শুনানি সম্পূৰ্ণ । জেলৰ পৰা মুক্তি অখিল গগৈ ।

Akhil Goigoi Bail : অখিল গগৈৰ শুনানি সম্পূৰ্ণ । জেলৰ পৰা মুক্তি অখিল গগৈ ।

Assam news about akhil gogoi

অখিল গগৈৰ শুনানি সম্পূৰ্ণ । জেলৰ পৰা মুক্তি অখিল গগৈ । জানক সবিশেষ ।

এটা নাম যাৰ বাবে আজিও বিয়াকুল সমগ্ৰ অসম । অসমৰ প্ৰতিজন জনতাই এতিয়া জন নেতা হিচাপে বিচাৰে অখিল গগৈক । ইতিমধ্যে এটা সুখবৰ আহিছে অসমৰ বাবে । গুৱাহাটী উচ্চ ন্যায়ালয়ত অখিল গগৈৰ জামিনৰ শুনানি সম্পূৰ্ণ হৈছে ।  অখিল পক্ষ আৰু NIAৰ পক্ষৰ যুক্তি-তৰ্কৰে সম্পূৰ্ণ হয় শুনানি সম্পূৰ্ণ হৈছে । প্ৰায় ডেৰ ঘণ্টা ধৰি হোৱা শুনানিৰ অন্তত ৰায়দান সংৰক্ষিত ন্যায়ালয়ত । ২৬ ডিচেম্বৰৰ পৰা শীতকালীন বন্ধৰ পূৰ্বে জামিনৰ ৰায় দিয়াৰ সম্ভাৱনা আছে । দিল্লীৰ পৰা ভিডিঅ’ কনফাৰেন্স যোগে দুয়ো পক্ষই অংশ লয় শুনানিত । এবছৰ পূৰ্বে এই দিনটোতে NIA-এ গ্ৰেপ্তাৰ কৰিছিল অখিলক । সম্পূৰ্ণ এটা বছৰ অন্তত যুক্তি তৰ্কৰ পিছত শেষ সিদ্ধান্তত উপনিত হ'ল ন্যায়ালয় ।

আপুনি অখিল গগৈ সমৰ্থক হয় নে ?

অখিল গগৈ মুকলি আকাশাৰ তললৈ আহিবলৈ বিচাৰেনে ?

Post a Comment

Previous Post Next Post

People Like