বালা দেৱীয়ে আনিলে ভাৰতলৈ গৌৰৱ : Ngangom Bala Devi Indian footballer

Ngangom Bala Devi Indian footballer


এক বিশেষ খবৰ। ভাৰতৰ বুকুলৈ গৌৰবৰ ঢল। পূণ্য ভূমিৰ মাটি, পানী আৰু বায়ুৰ প্ৰভাৱত শক্তি গ্ৰহণ কৰা মহিলাৰ এক জয়ৰ খবৰ। যোৱা দেওবাৰে মণিপুৰৰ বালা দেবীয়ে ইউৰোপৰ ফুটবল লীগত পেশাগতভাৱে প্ৰদৰ্শন কৰি ইতিসাহ ৰচিলে। বালাই হৈছে এইদৰে এই ফুটবল খেল খেলত প্ৰদৰ্শন কৰা প্ৰথম ভাৰতীয় মহিলা । দূৰ্দান্ত খেলুৱৈগযাকীয়ে Rangers FC ৰ হৈ Motherwell ৰ বিৰুদ্ধে ফুটবলৰ যুজ দিছিল। বালা দেৱীয়ে ভাগ লোৱা দলটো ৯-০ গ'লেৰে জয় লাভ কৰে।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.