ভাৰতীয় সেনাই দেখুৱালে চমক :Arunachal: Vital bridge in Liromoba opens for public



 ভাৰতীয় সেনাই জ্বলালে দেশপ্ৰেম এগচি উজ্জ্বল শিখাৰ চাকি।এইগচি চাকি হ'ল এক ত্যাগ আৰু কষ্টৰে কৰা এক সৃষ্টিৰ চাকি।দক্ষিণ অসম আৰু মণিপুৰ সংযোগী ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত মাত্ৰ ১৭ দিনৰ ভিতৰতেই Vital bridge ৰ পুনৰ নিৰ্মান কাৰ্য সম্পূৰ্ণ কৰিলে ভাৰতীয় সেনাই।

Arunachal: Vital bridge in Liromoba opens for public

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.